logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

আজি চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জিন্তু বৰাৰ নেতৃত্বত মায়ং মৌজাৰ অন্তৰ্গত ঘোঁৰামাৰা জানপাম গাঁৱত অঞ্চলৰ স্হানীয়

আজি চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জিন্তু বৰাৰ নেতৃত্বত মায়ং মৌজাৰ অন্তৰ্গত ঘোঁৰামাৰা জানপাম গাঁৱত অঞ্চলৰ স্হানীয় ৰাইজৰ বহুদিনৰ মাটিৰ সমস্যাৰ সমাধানৰ ভিত্তিত আজি এক জৰীপ শিৱিৰ আয়োজন কৰে।

চন্দ্ৰপুৰৰ পৰা বাবলু নমঃশূদ্ৰ
AIMA.

155
14957 views
1 shares

Comment