logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

The government is tough on some social media and OTT platforms.

একাংশ ছ'চিয়েল মিডিয়া, OTT প্লেটফৰ্মৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰীয় চৰকাৰ। বন্ধ কৰিলে X Prime, Uncut Adda, Rabbit, Fugi আদি প্লেটফৰ্ম। মন্ত্ৰালয়ে বন্ধ কৰিলে ১৯টাকৈ ৱেবছাইট, ১০টা এপ। ১৬টাকৈ X, ১৭টা ইনষ্টাগ্ৰাম, ১২টা ইউটিউব একাউণ্টো বন্ধ কৰিলে মন্ত্ৰালয়ে।

174
16574 views

Comment