logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

.......... শোকবার্তা......... সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ বিলাসীপাৰা জিলা সমিতি আমছুৰ অন্তৰ্গত ব

.......... শোকবার্তা.........
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ বিলাসীপাৰা জিলা সমিতি আমছুৰ অন্তৰ্গত বয়জেৰ আলগা আঞ্চলিক (পশ্চিম) সমিতিৰ সভাপতি আবু বক্কাৰ ছিদ্দিকিৰ দেউতা শিক্ষক মৰহুম বানিজ উদ্দিন মোল্লা চাহাবৰ দুপৰীয়াভাগত শিলিগুৰি স্থিত চিকিৎসালয়ত মৃত্যুবৰণ কৰে। " ইন্না লিল্লাহি অৱা ইন্না ইলাইহি ৰাজিউন" তেখেতৰ মৃত্যুৰ খবৰ পাই আমি আমছুৰ পৰিয়ালবৰ্গ মৰ্মাহত হৈছোঁ।

মৃতকৰ মাগফেৰাতৰ বাবে মহান আল্লাহ পাকৰ ওচৰত দোৱা মাগিছো লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ আমি বিলাসীপাৰা জিলা সমিতি আমছুয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছো।

183
3174 views

Comment