logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

গেৰিমাৰী মনসা মন্দিৰ নৈৰ ঘাটত দুই বন্ধুৰ জেদ লাগি ভৰা নৈত সলিল সমাধি এজনৰ

জানিব পৰা মতে গেৰিমাৰী গাঁৱৰ তিনিজন বন্ধুই নৈ পাৰত একেলগে বহি গা ধোৱা আলোচনা কৰি থাকোতে ৬০০ টকাৰ জেদ লাগি ইপাৰ সিপাৰ হবলৈ সাজু হৈছিল দুই বন্ধু ।ভৰা নৈত নামি যোৱাত এজন বন্ধু ঘূৰি আহি পাৰ পালে আৰু এজন বন্ধু বাঢ়নি পানীৰ সোতে লৈ যোৱাত হুৱা দুৱা লাগি পৰে আৰু লগে লগে স্থানীয় ৰাইজে SDRF বাহিনীক খবৰ দিয়ে ।SDRF বাহিনীয়ে ডুবাৰো সহযোগত বৰ্তমান উদ্ধাৰ অভিযান চলাই থাকি ৯.৩০ মিনিটত মৃতদেহ বিচাৰি পাব সক্ষম হয় । মৃত ব্যক্তি গৰাকী নাম লালচাণ্ড চৌহান বুলি জানিব দিয়ে স্থানিয়ে ব্যক্তিয়ে।

182
2879 views

Comment