logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

গৰুৰ দেহৰ জোক গুচাই গো মাতাৰ সেৱা কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই চচিয়েল মেডিয়া এতিয়া চৰ্চাত

এটা গৰুৰ দেহৰ জোক এৰুৱাই গো মাতা সেৱা কৰিলে অসমৰ ৰাজ্যিক বিজেপিৰ সভাপতিয়ে ইয়াকে লৈ ভিন্ন জনৰ ভিন্ন প্ৰতিক্ৰিয়া দেখিব পোৱা গৈছে চচিয়েল মিডিয়াত ।এগৰাকী দলৰ নেতা হিচাপে এইবোৰ পোষ্ট চচিয়েল মিডিয়াত দি এতিয়া চৰ্চালৈ আহিছে নেতা গৰাকী । খাদ্য বস্তুৰ দাম আকাশ লংঘী হৈছে তাৰ উপৰত গুৰুত্ব প্ৰদান নকৰা চৰকাৰৰ সভাপতি ব্যস্ত জোক এৰুৱাত তাকে লৈ বহু জনৰ বহু কথা বৰ্তমানৰ চৰকাৰ খনক লৈ

158
6048 views

Comment