ৰাইজৰ দলৰ যোগদান কাৰ্য্যসুচী
আজি দলঁগাও সমষ্টিৰ খাৰুপেটিয়াত ৰাইজৰ দলৰ যোগদান ।বহু কেইজন এ ইউ ডি এফৰ নেতাই আজি যোগদান কৰে ৰাইজৰ দলত।