logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

লখিমপুৰত আমছুৰ উত্তাল প্ৰতিবাদ

আজি লখিমপুৰ জিলা আমছুৰ উদ্যোগত আৰু বঙাল মৰা আঞ্চলিক সমিতিৰ সহ যোগত এখন গণ বিক্ষোপ কাৰ্য্যসুচী ৰোপায়ন কৰে। তেওলোকৰ দাবি হল সংখ্যালঘু অঞ্চল বাট পথ সমুহ পুনৰ নিৰ্মান কৰিব লাগে চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাম্পদায়িক ৰাজনিতি চলাই আছে বুলি জনাই, তৎকালীন ভাবে পথ সমুহ নিৰ্মান কৰাৰ বয়ৱস্থা কৰক চৰকাৰে অন্যথাই আমি গণতান্ত্ৰীক আন্দোলন গঢ়ি তুলিম বুলি প্ৰকাশ কৰে সংগঠনতোয়ে।

174
4429 views

Comment