logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

শিক্ষাৰ ক্ষেত্ৰত চৰকাৰ বিফলতা

শিশুৰ ক্ষেত্ৰত সামাজিক সুৰক্ষা প্ৰদান কৰিবলৈ আৰম্ভ কৰা হৈছিল ICDS নাম দিয়া এটা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত Shame যাৰ দ্বাৰা শিশু সকলৰ দেহ মন সুস্থ সবল কৰি শিক্ষাৰ দিব্য জ্যোতি প্ৰকাশ কৰাৰ প্রথম ব্যবস্থা। কিন্তু তাৰ নাই কোনো ধৰণৰ বৈজ্ঞানিক পদ্ধতি ও ব্যৱহাৰ ।বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় অভাব নাই যদিও সকলো Money Maker, নাই Man Maker. কাৰণ দেশত অজস্ৰ অসম অভাৱ। Education is the Knowledge of power, Powers make man and man makes Men. So try to solve major issues of India.

200
6260 views

Comment