logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

অৰণ্যত সংকট, ৰহস্যজনক মৃত্যু বন্যহস্তিৰ

কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ধাঙ্গাৰগাঁৱত আজি ৰহস্যজনক এটি বন্যহস্তীৰ মৃত্যু। ইপিনে পলাশবাৰী সমষ্টি তথা লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৰঙামাটি,তিনিআলি,মিৰ্জা, পাৰাকুছি আদি বিভিন্ন অঞ্চলত খাদ্য সংকটত ভোগা বন্যহস্তীৰ উপদ্ৰৱ বাঢ়ি আহিছে।

136
11461 views

Comment