logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

আজি সন্মানীয় জিলা আয়ুক্ত মহোদয়ে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত যাতায়তৰ সুবিধা হোৱাকৈ নিৰ্মান কৰি থকা পকী দলঙৰ নিৰ্মাণ কাৰ্য পৰ্যবেক্ষণ কৰাৰ লগতে প্ৰকল্পত যথেষ্ট লাভ অৰ্জন কৰিবলৈ সক্ষম হোৱা গাহৰি ফাৰ্মৰ সম্প্ৰসাৰণ কামৰ অগ্ৰগতি সম্পৰ্কে প্ৰকল্পৰ বিভাগীয় বিষয়া আৰু কৃষি সৈনিকৰ সৈতে আলোচনা ক‍ৰে। CMO Assam

আজি সন্মানীয় জিলা আয়ুক্ত মহোদয়ে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত যাতায়তৰ সুবিধা হোৱাকৈ নিৰ্মান কৰি থকা পকী দলঙৰ নিৰ্মাণ কাৰ্য পৰ্যবেক্ষণ কৰাৰ লগতে প্ৰকল্পত যথেষ্ট লাভ অৰ্জন কৰিবলৈ সক্ষম হোৱা গাহৰি ফাৰ্মৰ সম্প্ৰসাৰণ কামৰ অগ্ৰগতি সম্পৰ্কে প্ৰকল্পৰ বিভাগীয় বিষয়া আৰু কৃষি সৈনিকৰ সৈতে আলোচনা ক‍ৰে।
CMO Assam

101
6458 views

Comment