সৰুসজাইত নৰেন্দ্ৰ মোদীয়ে ৮০০০শিল্পীক অভিবাদন জনোৱাৰ নান্দনিক দৃশ্য
চাহ জনগোষ্ঠীৰ অতি আদৰৰ ধমচা বাদ্য বজাই 'ঝুমইৰ বিনন্দিনী'ৰ সময়খিনিক মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই নতুন ৰহণ সানিলে৷ মাননীয় মোদী ডাঙৰীয়াৰ এই স্বত:স্ফূৰ্ত প্ৰকাশভংগীয়ে বিশ্ববাসীৰ সন্মুখত চাহ জনগোষ্ঠীৰ চহকী সংস্কৃতিক নতুন পৰিচয়েৰে মহীয়ান কৰিলে৷ মাননীয় মোদী ডাঙৰীয়াৰ উমাল সান্নিধ্যত সৰুসজাইত (গুৱাহাটী )অসীম উছাহৰ লহৰ!