গৌৰৱ গগৈৰ প্ৰশ্ন উত্তৰ দিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই
টুইটযোগে মুখ্যমন্ত্রীয়ে দিলে উত্তৰ –
'মোৰ পুত্র-কন্যাই কেতিয়াও পাকিস্তান ভ্রমণ কৰা নাই' 'পাকিস্তানৰ পৰা আমি কোনো আর্থিক সাহায্য গ্রহণ কৰা নাই' উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীক প্রশ্ন কৰি গৌৰৱ গগৈয়ে কৰিছিল টুইট
তাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে দিলে উত্তৰ -
গৌৰৱ গগৈকো উত্তৰ দিবলৈ ক'লে মুখ্যমন্ত্রীয়ে
'এতিয়া আপোনাৰ উত্তৰ দিয়াৰ পাল'