CUET-2025 পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ষষ্ঠ স্থান লাভ ৰঙিয়াৰ জ্যোতিদীপা বায়নৰ
CUET-2025 পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ষষ্ঠ স্থান লাভ ৰঙিয়াৰ জ্যোতিদীপা বায়নৰ।
CUET পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ষষ্ঠ স্থান লাভ কৰি নিজৰ আসন সু-নিশ্চিত কৰিবলৈ সক্ষম হৈছে ৰঙিয়াৰ জ্যোতিদীপা বায়নে। ৰঙিয়া মূৰাৰা নিবাসী নিৰুজ কুমাৰ বায়নৰ কন্যা জ্যোতিদীপা বায়ন।