logo

Heavy Rainfall Caused Artificial Flood at Guwahati City

সোমবাৰৰ নিশাৰ পৰা অহা বৰষুণ জাকৰ ফলত কৃত্ৰিম বানৰ কবলত পৰিছে অভিজাত মহানগৰীৰ কেইবাটাও অঞ্চল। নুনমাটিৰ ফৰেষ্টগেট,পাঠৰকুৱাৰী সাতগাঁও সংযোগী মূল পথ, মেগজিন আদি বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে।
কৃত্ৰিম বানৰ বাবে বিদ্যালয়, অফিচ কাছাৰী বন্ধৰ কথা ঘোষনা কৰিছে কতৃপক্ষই।

43
680 views