logo

কাৰ্বি আংলং জিলাৰ পাৰখোৱা স্থাপন কৰা হল SBI ৰ ATM

আংলং আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী এলেকা পাৰখোৱা বজাৰত স্থাপন কৰা হয় ভাৰতীয় ষ্টেট বেংক অফ ইণ্ডিয়াৰ SBI ৰ ATM ,


কাৰ্বি আংলং জিলাৰ বৃহত্তৰ লাংহিন, ফুলনি, ডকমকা, ডেনগাঁও, আৰু পাৰখোৱা এলেকাত বসবাস কৰি থকা ৰাইজে তেওঁ লোকৰ জমা ধন উলিয়াবলৈ মিমি এটিএমত গৈ ধনৰ বিনিময়ত নিজা ধন লাভ কৰে।

সেইয়ে কাৰণে প্ৰায় ব্যক্তি সকলে ডবকা'লৈ গৈ এটিএমত টকা লৈ আনে। এনে অসুবিধাৰ প্ৰতি লক্ষ্য কৰি SBI ৰ এটিএম পাৰখোৱাত স্থাপন কৰা হয়।

উক্ত এটিএমৰ যোগেদি উক্ত বৃহৎ অঞ্চলৰ ৰাইজে বিশেষ সুবিধা লাভ কৰিব।

0
0 views