logo

KARBI ANGLONG DIST. CONGREES COMMITTE JOINT Extended meeting at. DIPHU

কাৰ্বি আংলং জিলাৰ কংগ্রেছ সমিতিৰ কাৰ্য্যালয়ত জিলা কংগ্রেছ যুটীয়া বৰ্ধিত সভা অনুষ্ঠিত হয়।

জিলা সমিতিৰ সভাপতি বিদ্যা ছিং ৰংপি'য়ে চলাই নিয়া সভা জিলা কংগ্রেছ সমূহ নেতা কৰ্মী উপস্থিতি সভা অনুষ্ঠিত হয়।

সভা দলীয় সাংগঠনিক ভেটি কেনেধৰণেৰ শক্তিশালী কৰি দলৰ কাম কাজ সমূহ চলাই যাৱ লাগিৱ ইত্যাদি বিভিন্ন বিষয় ওপৰত গুৰুত্বপূর্ণ আলোচনা কৰা হয়।

6
254 views