logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

দিল্লী কপাইছে আমছুয়ে

আজি দিল্লীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ ৩ঘণ্টীয়া ধৰ্না কাৰ্য্যসুচী ৰোপায়ন কৰে।অসমত চলি থকা অমানৱীয় উচ্ছেদ চলাই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, ভাৰতীয় নাগৰিকক যি অত্যাচাৰ চলাই আহিছে বি জে পি চৰকাৰ খনে, আজি অসমত চলি থকা উচ্ছেদৰ বিৰুধিতাৰে হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজ উপস্থিত দিল্লী যন্ত্ৰৰ মন্ত্ৰৰ আমাক ন্যায় লাগিবৈ, অমানৱীয় উচ্ছেদ বন্ধ কৰ, অন্যায় ভাবে উচ্ছেদ কৰা বন্ধ কৰক এনেবোৰ শ্লগানেৰে উত্তাল কৰে দিল্লী।

155
6504 views

Comment