logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

চি পি আই (এম) দক্ষিণ কামৰূপ জিলা সমিতিৰ স্বাধীনতা দিৱস পালন

১৫ আগষ্ট, ২০২৫ ::: আজি দেশ-প্ৰদেশৰ অন্য ঠাইৰ লগতে কামৰূপ জিলাৰ অন্তৰ্গত প্ৰশাসনিক কাৰ্যালয়ৰ লগতে ছয়গাঁৱৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠনেও ৩৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। চি পি আই (এম)ৰ দক্ষিণ কামৰূপ জিলা সমিতি কাৰ্যালয়ৰ পতাকা উত্তোলন কৰে পাৰ্টিৰ জিলা নেতা অৱসৰী শিক্ষক কিৰণ চন্দ্ৰ কলিতাই।

71
3065 views

Comment