logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

ভোমোৰা গুৰিত এজন লোক পানীত পৰি নিখু্ঁজ হোৱাৰ সন্দেহ।

কলিয়াবৰৰ ভোমোৰা গুৰিত মৰাপাট ধুই থকা অৱস্থাত এজন লোক পুখুৰীত পৰি নিখুঁজ হোৱাৰ সন্দেহত SDRF বাহিনীৰ দলে পুখুৰীটোত সন্ধানহীন লোক জনক বিচাৰি চলাইছে অভিযান।

83
3561 views

Comment