logo

সংঘাত।


আছে সাহস
নকৰোঁ সংঘাত
নালাগে ভাল।
নাছিল অনুমতি
নকৰোঁ আজি গ্ৰহণ।
সংঘাত থাকে বিসংগতি
থাকে সমস্যা।
কৰিম সমাধান
আঁতৰিব সংঘাত।
নাথাকিব দন্দ
হ'ব শান্তি
নকৰিবি চিন্তা
পাবি কেৱল প্ৰশান্তি।
সংঘাতত নাথাকে সুবিধা
নাথাকে তাত মৰ্য্যদা
নকৰে গ্ৰহণ নিবিচাৰে তাক।
নাই তাত গুৰুত্ব
নাই তাত সুগন্ধি
নহয় তাত লাভ
হয় কেৱল পতন।
পাবি পিছত কেৱল পিতন
নকৰিবি এনে ভূল ৰতন।
ৰবলৈ নাপাবি সময়।
নহ'ব তেতিয়া সংশোধন
হ'ব কেৱল সংঘাত থাকিব
তোৰ বাবে কেৱল দণ্ড। ছৈয়দ মহছিন।

28
118 views