সংঘাত।
আছে সাহসনকৰোঁ সংঘাতনালাগে ভাল।নাছিল অনুমতিনকৰোঁ আজি গ্ৰহণ।সংঘাত থাকে বিসংগতিথাকে সমস্যা।কৰিম সমাধানআঁতৰিব সংঘাত।নাথাকিব দন্দহ'ব শান্তি নকৰিবি চিন্তাপাবি কেৱল প্ৰশান্তি।সংঘাতত নাথাকে সুবিধানাথাকে তাত মৰ্য্যদা নকৰে গ্ৰহণ নিবিচাৰে তাক।নাই তাত গুৰুত্বনাই তাত সুগন্ধি নহয় তাত লাভহয় কেৱল পতন।পাবি পিছত কেৱল পিতননকৰিবি এনে ভূল ৰতন।ৰবলৈ নাপাবি সময়। নহ'ব তেতিয়া সংশোধনহ'ব কেৱল সংঘাত থাকিবতোৰ বাবে কেৱল দণ্ড। ছৈয়দ মহছিন।