গোৱালপাৰা জিলাৰ বন সংমণ্ডল বিষয়াই ৰাজহ গাঁৱৰ মাটি বলপূৰ্বক বেদখল কৰিব।
গোৱালপাৰা জিলাৰ বন সংমণ্ডল বিষয়াই ৰাজহ গাঁৱৰ মাটি বলপূৰ্বক বেদখল কৰিবলৈ অগ্ৰসৰ হৈছে। ইতিমধ্যে পট্টাদাৰক উচ্ছেদৰ জাননী দিছে। চৰম অৰাজকতাৰ পৰিবেশ হবলৈ গৈ আছে। জিলা আয়ুক্তই নিৰৱতা অৱলম্বন কৰিছে।