শিকিলিৰে মেৰিয়াই নধৰিবা মোক ।
প্ৰকাণ্ড শিকলিৰেবান্ধিছা মোক হয় জানোমই শিলৰদৰে কঠিন।আছে যানে মোৰ শক্তিপাহাৰ পৰ্বত শৃংগ বগাবলৈ তেনেহলে কিহৰ শংকাহৈছা যেন সংকিত।আহিছা সংঘবদ্ধ হৈসংঘটিত ৰূপত।কৰিছা আক্ৰমণ।আছে জানো ৰূপআছে জানো সৈন্দৰ্য্যআছে জানো মোৰ সম্পদ আছে জানোনো মোৰ প্ৰজ্ঞাহৈ জানো মই বিদ্বান।আছে জানো মোৰ সংজ্ঞাকৰে কিন্তু সকলোৱে অৱজ্ঞা।নাথাকে মোৰ গুৰুত্বনিদিয়ে মোক কোনেও ঠাই।আছে মোৰ মহত্ত্বহয় মই দৰিদ্ৰ।নিদিয়ে দামনকৰে আদৰ।দিয়ে কেৱল পহুখেদা।নালাগে কাৰো ভালউঠে সকলোৱে খংবাওনা হৈচন্দ্ৰলৈ মেলিছা হাত।আছো আমি ৰৈ নিদুতোক ঠাইনিদিওঁ গুৰুত্বদিম তোক পহু খেদানহ'বি সফলকৰিম তোক বিফলহম তেতিয়াআমি সফল। কৰিছোঁ যে জানোতোমালোকক আক্ৰমণ।হৈছা জানো আক্ৰান্তকৰিছা তেনেহলেমোক কিয় বিভ্ৰান্ত।নহয় মই কাৰো বৈৰি।বিধাতাৰ সৃষ্টিতআছে মোৰ বাধাতাৰ পিছতোৰাধা হৈ আহিছাকিয় ৰণাংগনতমোক ৰোধিবলৈ।ৰক্ত সৈতে ৰণে নেখেলে ৰণে ৰক্তবিচাৰি আই বাবে কৰিলে হাহাকাৰ।নাহিল কোনোনাপালে উদ্ধাৰ।ললে বিদাযকৰিবা বিৰাম্ভনাআহিব মোৰ বিপদদিব লাগিবধৰিত্ৰীক বিদায় ভবা নাছিলে আইয়ে।নকৰিলা সহায়নাথাকিল মোৰ প্ৰাণচলাইছিলো আপ্ৰাণচেষ্টা নহলো সফল।তাতে তোমালোকেবান্ধিলা শিকলিৰে ৰণক।ৰণ নাই কৰিলেসকলোৱেমোৰ সৈতে পণহ'ল গৈ মহাৰণ।নোৱাৰিলোঁ তৃষ্টিব নাই মোৰযুদ্ধৰ সমৰ কৈশলনাজানো নকৰোঁ কাকোকেতিয়াও আক্ৰমণ।নকৰোঁ মই যুদ্ধনালাগে মোৰ ভাল।মোৰ ৰণুৱা ঘোঁৰাআছিল ৰণ।কৰে মহাৰণ দেখিলে নাহেকোনো কাষতৰখি যায় মোৰ প্ৰাণ ।নাছিল ৰণ নাছিল কণকৰিব কোনোমোৰ হৈ মহাৰণ।হ'লো মই বিধ্বস্তনাথাকিলমোৰ জীৱন।ৰণ আৰু কণ মিলিমৈত্যত হয় মহাৰণ।দৈত্য যায় আঁতৰি হয় মানৱৰ জয়।নিঃশেষ হয় দানৱৰ।থাকে মোৰ প্ৰাণথাকে মোৰ জীৱন।নাছিল ৰণ নাছিল কণনাথাকিল মোৰ জীৱন।ছৈয়দ মহচিন।