logo

শিকিলিৰে মেৰিয়াই নধৰিবা মোক ।

প্ৰকাণ্ড শিকলিৰে
বান্ধিছা মোক
হয় জানো
মই শিলৰ
দৰে কঠিন।
আছে যানে মোৰ শক্তি
পাহাৰ পৰ্বত শৃংগ বগাবলৈ
তেনেহলে কিহৰ শংকা
হৈছা যেন সংকিত।
আহিছা সংঘবদ্ধ হৈ
সংঘটিত ৰূপত।
কৰিছা আক্ৰমণ।
আছে জানো ৰূপ
আছে জানো সৈন্দৰ্য্য
আছে জানো মোৰ সম্পদ
আছে জানোনো মোৰ প্ৰজ্ঞা
হৈ জানো মই বিদ্বান।
আছে জানো মোৰ সংজ্ঞা
কৰে কিন্তু সকলোৱে অৱজ্ঞা।
নাথাকে মোৰ গুৰুত্ব
নিদিয়ে মোক কোনেও ঠাই।
আছে মোৰ মহত্ত্ব
হয় মই দৰিদ্ৰ।
নিদিয়ে দাম
নকৰে আদৰ।
দিয়ে কেৱল পহুখেদা।
নালাগে কাৰো ভাল
উঠে সকলোৱে খং
বাওনা হৈ
চন্দ্ৰলৈ মেলিছা হাত।
আছো আমি ৰৈ নিদু
তোক ঠাই
নিদিওঁ গুৰুত্ব
দিম তোক পহু খেদা
নহ'বি সফল
কৰিম তোক বিফল
হম তেতিয়া
আমি সফল।
কৰিছোঁ যে জানো
তোমালোকক আক্ৰমণ।
হৈছা জানো আক্ৰান্ত
কৰিছা তেনেহলে
মোক কিয় বিভ্ৰান্ত।
নহয় মই কাৰো বৈৰি।
বিধাতাৰ সৃষ্টিত
আছে মোৰ বাধা
তাৰ পিছতো
ৰাধা হৈ আহিছা
কিয় ৰণাংগনত
মোক ৰোধিবলৈ।
ৰক্ত সৈতে ৰণে
নেখেলে
ৰণে ৰক্ত
বিচাৰি আই বাবে
কৰিলে হাহাকাৰ।
নাহিল কোনো
নাপালে উদ্ধাৰ।
ললে বিদায
কৰিবা বিৰাম্ভনা
আহিব মোৰ বিপদ
দিব লাগিব
ধৰিত্ৰীক বিদায়
ভবা নাছিলে আইয়ে।
নকৰিলা সহায়
নাথাকিল মোৰ প্ৰাণ
চলাইছিলো আপ্ৰাণ
চেষ্টা নহলো সফল।
তাতে তোমালোকে
বান্ধিলা শিকলিৰে ৰণক।
ৰণ নাই কৰিলে
সকলোৱে
মোৰ সৈতে পণ
হ'ল গৈ মহাৰণ।
নোৱাৰিলোঁ তৃষ্টিব
নাই মোৰ
যুদ্ধৰ সমৰ কৈশল
নাজানো নকৰোঁ
কাকো
কেতিয়াও আক্ৰমণ।
নকৰোঁ মই যুদ্ধ
নালাগে মোৰ ভাল।
মোৰ ৰণুৱা ঘোঁৰা
আছিল ৰণ।
কৰে মহাৰণ
দেখিলে নাহে
কোনো কাষত
ৰখি যায় মোৰ প্ৰাণ ।
নাছিল ৰণ নাছিল কণ
কৰিব কোনো
মোক আপ্যায়ন
কৰিব কোনে
মোৰ হৈ মহাৰণ।
হ'লো
মই বিধ্বস্ত
নাথাকিল
মোৰ জীৱন।
ৰণ আৰু কণ মিলি
মৈত্যত হয় মহাৰণ।
দৈত্য যায় আঁতৰি
হয় মানৱৰ জয়।
নিঃশেষ হয় দানৱৰ।
থাকে মোৰ প্ৰাণ
থাকে মোৰ জীৱন।
নাছিল ৰণ নাছিল কণ
নাথাকিল মোৰ জীৱন।
ছৈয়দ মহচিন।

23
329 views