logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

দৰঙ জনৰাম চক

আচ্ছালামু আ’লাইকুম ৱা ৰাসমাতুল্লাহি ৱা বাৰাকাতুহ,

আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে কাইলৈ পুৱা (২৬ জানুৱাৰী, ২০২৬ সোমবাৰ) ৯-০০ বজাত আমাৰ বাসগৃহ জনাৰামচৌকাৰ সাকোঁঘাটত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ইছলামিক স্ক’লাৰ, খাতীবে আ’জ্বমে এছিয়া-ইউৰোপ, লেখক, কবি, পীৰে ত্বৰীক্বত, ৰহবৰে শ্বৰীঅ’ত, 'হুজুৰ শ্বেৰে বাংগাল', খলীফায়ে হুজুৰ ফক্বীহে আ’জ্বমে হিন্দ হযৰত আ’ল্লামা মৌলানা মুফতী হাফিজ-ক্বাৰী আলহাজ মুহাম্মদ শ্বামিমুজ্জামান ক্বাদিৰী চাহেব ক্বিবলা (ছাযযাদাহ নশ্বীন আছতানায়ে হামীদীয়া ক্বাদিৰীয়া, মৌলানা গলী, শ্বাহজাদপুৰ, আকবৰপুৰ, উত্তৰপ্ৰদেশ) উপস্থিত থাকিব ইনশ্বাআল্লাহ তাআ’লা৷
আপুনি/আপোনালোক উপস্থিত থাকিব পাৰিব৷

দুআ’প্ৰাৰ্থী-
মুসাম্মাদ ফাৰুক আব্দুল্লাহ নূৰী
২৫-০১-২০২৬

29
1684 views

Comment