logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

আজি বড়ো সকলৰ বাথৌ পূজা

বড়ো সমাজৰ অতি হেঁপাহৰ উৎসৱ গৌথাৰ বাথৌ চানৰ বড়ো ভাই-ভনীসকলে পালন কৰিৱ এই উৎসৱ ৷ মাঘ মাহৰ দ্বিতীয়টো মঙলবাৰে পালন কৰা এই ভব্য উৎসৱটিত সকলোৰে কল্যাণ, সমৃদ্ধি আৰু সুখ-শান্তি কামনা কৰি বাথৌ দেৱতালৈ শতকোটি প্ৰণাম জনাই ।

19
1215 views

Comment