বিজেপিৰ প্ৰভাৱ শালি নেতা, ৰঞ্জিত দাসৰ মন্তব্য ।
Bjp চৰকাৰে কৈছিলে অসমত যদি আমি 5(পাঁচ) বছৰ ৰাজত্ব কৰিব পাৰোঁ তেতিয়া হলে, অসমৰ প্ৰতিখন গাওঁ , চহৰ নগৰ আদি সকলোবিলাক ৰাস্তাই পকিকৰণৰ ব্যৱস্থা কৰিম, আৰু ৰঞ্জিত দাসে কৈছিল বোলে সৰ্ভোগ সমষ্টিত সকলো বোৰ ৰাষ্টাই পকি হৈ গৈছে , কিন্তু ইয়া কি