Jamiat Ulema-e-Hind has now become a political party
অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰীক জয়ি কৰাবলৈ উঠি পৰি লাগিছে অসমৰ জমিয়ত উলেমা ই হিন্দৰ নেতা সকল । যি লোৰিনয্যোতি গগৈৰ নেতৃত্বত সংখ্যালঘু সম্প্ৰদায়ৰ মানুহে হাৰাশাস্তিৰ সন্মুখীন হৈছিল আজি সেই লোৰিনয্যোতিক জয়ি কৰাবলৈ আজি হোজাইৰ ডবকত এখনি সভা অনুষ্ঠিত কৰা হৈছিল আৰু এই সভাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে জমিয়ত উলেমা ই হিন্দ ৰাজনৈতিক দললৈ পৰিবৰ্তন হৈছে