logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফল প্ৰকাশ পাইছে।

আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফল প্ৰকাশ পাইছে।

হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাৰ নম্বৰে দিশ নিৰ্ণয় নকৰে।শিক্ষাই জীৱন সুন্দৰ কৰে।শিক্ষাৰ পৰা পোৱা প্ৰজ্ঞাই জীৱন পোহৰ কৰে ।সেই পোহৰৰ জৰিয়তে আপোনাৰ লগতে আন ১০ জন আন্ধাৰ ফালি সেই পোহৰ সৈতে যাব পৰাটো হৈছে শিক্ষা।এচামে কৈছে শিক্ষা মানে অহংকাৰ হৈ যায় ভয়ংকৰ কৰি দিয়ে বিধ্বস্ত কৰে কিন্তু সকলোকে আশ্বস্ত। সেইবিষয়ে নাজানিম কাৰণ মোৰ মতে সেইয়া ব্যৱসায়ো নহয়,হয় ঠগ প্ৰবঞ্চনা। প্ৰবঞ্চনা আমি কৰিছোঁ নাই আমি প্ৰমাণ দিয়া উচিত নহয়। তাত খেলিমেলি হ'য় তেতিয়া সেইটোক সমাজক দি দিব লাগে।শিক্ষা মানে আগৰ আইতা সকলে কোৱা মতে শিক্ষা মানে শিষ্টাচাৰ নকৰিবা অত্যাচাৰ কৰিবা সদাচাৰ থাকিবা ন্যায়বিচাৰত হ'ব সেইয়া নৈতিকতা নাথাকিব তাত দাম্ভিকতা। নম্বৰ সকলোতে পায় ধৰক গাড়ী চিট, চিনেমাহলৰ টিকেত নাম্বাৰ খেল চাবলৈ গ'লে নাম্বাৰ । , নিদেয়ে কোনেও সম্মান। আপুনি আজি নাম্বাৰ জৰিয়তে একো নাপায় কথাবোৰ তিতা কিন্তু সঁচা। এতিয়া কেৱল skill লাগে।যদি তোমাৰ skill ভাল তেতিয়া জীৱন ভাল। শুনা মতে আজি কালি বহুত নাম্বাৰ সকলোৱে পায় গতিকে নাপায় কিন্তু একো।আমি আওপুৰণি বস্তু ব্যৱহাৰ কৰি যেনে ধৰক সুন্দৰকৈ পেপাৰ খন পঢ়িলে তাত কিবা সুন্দৰ টপিক বনাই online বিক্ৰী কৰিব পাৰে।বা আপুনি খুব সুন্দর যোগাসন শিকিলে বিদ্যালয়ত সোমালে তাতো ৩০০০০পাই । যত নেকি আপোনাৰ লগতে আপোনাৰ সম্পদৰ শাৰীৰিক মানসিক বৌদ্ধিক লগতে স্বাস্থ্য সকলো হয়‌ সুন্দৰ। আনহাতে নাচ গান ডেনচ শিকিলে তাতো পইচা পাব । ক্ৰিকেট খেলিলে তাতো আপোনাৰ সহায়ক হ'ব পৰীক্ষাৰ নাম্বাৰ কমিলে কোনো কথা নাই। বা আপুনি খুব ধুনীয়াকৈ চেলুন খুলিব পাৰে।খুব ধুনীয়া কুক হ'ব পাৰে গতিকে এই সময়খিনিত skill is excellent বা Number is nothing. আমাৰ এটা হাফিজ পঢ়িছে আৰু সি মোক কৈছে মই হাফিজ হমেই। এইটো জীৱনৰ আটাইতকৈ ডাঙৰ কৃতিত্ব মই ভাবোঁ।পৰীক্ষা নাম্বাৰ কম বেছি পালে সদায় মৰমে ক'ব এদিন সফল হ'ব কাৰণ শিক্ষিত মানুহে এনেকুৱা সময়ত ভজন দিয়ে কিন্তু সকলো নহয়,আপুনি বজাই দিব হয় যাব বিধ্বস্ত।আপোনি নাজানে আপোনাক দিছে ভজন আপুনি নাপালে বুজি কৰি দিলে হজম দি দিলে মাৰণ হৈ যাব পাৰে বিসৰ্জন।এই সময় তাতে কিশোৰ কিশোৰী নোৱাৰিব লগা একো নাই।আবেগে কৰে আৰম্ভ আৰু আবগে কৰে অন্ত। আপুনি ভজন বা প্ৰৰোচনাই দি কেতিয়াবা আপুনি নিজেই পুতালয়ত সোমাই যাব। আপুনি যেনেকুৱা শিক্ষিত আন এজনো শিক্ষিত হ'ব পাৰে আপোনাৰ ভজন হৰণ আহ্বান অৱস্থান বুজি পাব পাৰে।সেইয়া সন্দেহ বুলি ক'লে মানি নলব তেতিয়া প্ৰমাণ আৰু পৰীক্ষা ফৌন চাই উত্তৰ দিব পৰা যায়।এজন এজন মানুহে পৃথিৱী ধ্বংস কৰিছে, নকৰে সৃষ্টি ।হৈছে গৈ সেইয়ে বহু ঠাইত অনাবৃষ্টি।প্ৰৰোচনা প্ৰতিধ্বনিৰ বাবে মানুহ আজি নিজৰ ঘৰত থাকিব নোৱাৰা অৱস্থা।এনে শিক্ষাৰ প্ৰয়োজন ক'ত। আপুনি মন পৰিস্কাৰ কৰক। কাম কম কৰক আহিব পুৰস্কাৰ হ'ব পাতালত আৱিস্কাৰ নাপাব আপোনি কতো তিৰস্কাৰ। আচলতে মনৰ শুদ্ধতা আগবঢ়াৰ প্ৰৱণতা সত্যতা সাহস সহনশীলতা সদাচাৰ লগত লৈ নিয়মানুসাৰে কৰ্ম কৰক এইবোৰ হৈছে শিক্ষা মূল অংগ, ইয়াৰ দ্ধাৰা আপুনি সকলোতে সফল হব। কেনেকৈ ৰাজত্ব পাবা সেইবোৰ প্ৰৰোচনা কৰাতকৈ পয়গম্বৰ পৰেমেশ্বক নিবিচৰাই ভাল দেখাই দিব তেওঁলোকে পৰাক্ৰম হৈ যাব লাগিব আপুনি ব্যতিক্ৰম। এইবোৰ আগৰ আইতা হতৰ মুখত শুনা কথা তাকে মই সজাইছো শব্দৰ অৰ্থ অকণমানো সলনি কৰা নাই। ছৈয়দ মহচিন।

32
16 views

Comment